‘মুখ্যমন্ত্ৰীৰ বিশেষ সাহায্য আঁচনি’ৰ চেক বিতৰণ মন্ত্ৰী পিযুষ হাজৰিকাৰ

pc Facebook

‘মুখ্যমন্ত্ৰীৰ বিশেষ সাহায্য আঁচনি’ৰ চেক বিতৰণ মন্ত্ৰী পিযুষ হাজৰিকাৰ

অনলাইন বাৰ্ত্তাসেৱা – বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পিযুষ হাজৰিকাই বিশ্বনাথ চাৰিআলিৰ আৱৰ্ত ভৱনত অভিভাৱক মন্ত্ৰীৰ কাৰ্যালয় উদ্বোধন কৰে আৰু কোভিড কালত স্বামীহীন হোৱা মহিলাসকলক ‘মুখ্যমন্ত্ৰীৰ বিশেষ সাহায্য আঁচনি’ৰ চেক বিতৰণ কৰে। এই কাৰ্যসূচীত সাংসদ পল্লব লোচন দাস, বিধায়ক প্ৰমোদ বৰঠাকুৰ, জিলা আয়ুক্ত আৰু অন্যান্য জিলা প্ৰশাসনিক বিষয়া উপস্থিত থাকে।

(UD.)