অনলাইন বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰীৰ উপস্থিতিত গোলাঘাটত দাহ কৰা হয় ড্ৰাগছকে ধৰি বিভিন্ন নিচাযুক্ত সামগ্ৰী।দাহ কৰা এই নিচাযুক্ত সামগ্ৰীখিনি আৰক্ষীয়ে বিভিন্নসময়ত উদ্ধাৰ কৰা।এই নিচাযুক্ত দ্ৰব্যখিনিৰ মাজত হিৰ’ইন আছে ৮২০ গ্ৰাম।১৫ টা বেগত গাঞ্জা আছে প্ৰায় ১২০০ কেজি।অপিয়াম আছে ৩ কেজি।নিচাযুক্ত টেবলেট আছে ১০ লাখ ৬১ হাজাৰ ১৭৭ টা।এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত আৰু কেইবাগৰকীও মন্ত্ৰী।গোলাঘাট আৰক্ষী ছাউনীৰ প্লে গ্ৰাউণ্ডত অনুষ্ঠিত হৈ এই সকাৰ্যসূচী।
মুখ্যমন্ত্ৰীৰ উপস্থিতিত গোলাঘাটত দাহ কৰা হয় ড্ৰাগছকে ধৰি বিভিন্ন নিচাযুক্ত সামগ্ৰী
![pc-freepressjournal](https://rongilibarta.com/wp-content/uploads/2021/07/ৌৈৌৈ-300x200.jpg)