মুখতাৰ আব্বাছ নকভিয়ে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী পদৰ পৰা পদত্যাগ

Pc The Leaders Page

মুখতাৰ আব্বাছ নকভিয়ে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী পদৰ পৰা পদত্যাগ

ৰঙিলী বাৰ্ত্তাসেৱা-  মুখতাৰ আব্বাছ নকভিয়ে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে। ৰাজ্যসভাৰ সাংসদ হিচাপে তেওঁৰ কাৰ্যকাল সমাপ্ত হোৱাৰ এদিন আগতে তেওঁ পদত্যাগ কৰে। কেবিনেট বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নকভি আৰু ৰাম চন্দ্ৰ প্ৰসাদ সিঙৰ দেশ আৰু জনসাধাৰণলৈ আগবঢ়োৱা অৱদানক প্ৰশংসা কৰে বুলি জানিব পৰা গৈছে।