অণুগল্প
মুক্তি
এহিয়া আহমেদ
বৰথল কছাৰী গাঁও, মৈৰাবাৰী
সৰ্বভাৰতীয় NEET পৰীক্ষাৰ ফলাফলৰ জৰিয়তে উচ্ছেদিত পৰিয়ালটোৰ একমাত্ৰ কন্যাজনীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিজৰ গৌৰৱময় সাফল্যৰে ৰচিলে আলোকোজ্জ্বল ইতিহাস। এইবাৰ অন্ততঃ পৰিয়ালটোৰ জীৱনত সন্দেহৰ অন্ধকাৰ মচি মুক্তিৰ আশা স্পষ্ট হ’ল।