মিজোৰাম নিৰ্বাচনৰ বাবে পঞ্জাৱৰ শিক্ষামন্ত্ৰী বিমান বন্দৰত
ৰঙিলী বাৰ্ত্তাসেৱা- মিজোৰাম নিৰ্বাচনৰ বাবে পঞ্জাবৰ শিক্ষামন্ত্ৰী হৰজোত সিং বেইনছ মিজোৰামৰ আইজল বিমান বন্দৰত উপস্থিত হয়৷ আপ উঃপূঃ ৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাৰ উপস্থিতিত তেওঁক স্বাগতম জনাই আপ অসমৰ সভাপতি ডা° ভবেন চৌধুৰী, আপ নাগালেণ্ডৰ সভাপতি আছু কিহ’ আৰু আপ মিজোৰামৰ বিষয়ববীয়াই৷উল্লেখযোগ্য যে আম আদমি পাৰ্টীয়ে মিজোৰাম বিধানসভা নিৰ্বাচনত সৰ্বমুঠ ৪ খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে৷
