মিজোৰামে বেদখল কৰিছে অসমৰ ১,০০০ হেক্টৰৰ অধিক ভূমি

pc Outlook India

মিজোৰামে বেদখল কৰিছে অসমৰ ১,০০০ হেক্টৰৰ অধিক ভূমি

অনলাইন বাৰ্ত্তাসেৱা – কাছাৰ জিলাৰ বিভাগীয় বন বিষয়া তেজছ মাৰিস্বামীয়ে কয় যে আৰক্ষী বিষয়াৰ সমৰ্থনত মিজোৰামৰ সশস্ত্ৰ নাগৰিকসকলে বেদখল কৰিছে অসমৰ ১,০০০ হেক্টৰৰ অধিক ভূমি। “ই ৰাতিটোৰ ভিতৰতে হোৱা নাছিল, লাহে লাহে আৰু কৌশলগতভাৱে মিজোৰামৰ মানুহে এইটো কৰিছিল,” মাৰিস্বামীয়ে লগতে প্ৰকাশ কৰে। মিজোৰামৰ নাগৰিকসকলৰ এটা দলে পথ নিৰ্মাণ কৰা শ্ৰমিকসকলক পথ নিৰ্মাণত বাধা দিয়াৰ পিছত এইটো প্ৰকাশ পাইছে।

(UD.)