মানৱতা নহলে জয় হ’ব দানৱৰ – মুন শৰ্মা

মানৱতা নহলে জয় হ’ব দানৱৰ
মুন শৰ্মা, বছাগাঁও
মানৱতা নহলে জয় হ’ব দানৱৰ,
বাক্যৰ মৰ্ম উপলব্ধি সময় সামগত,
নকৰি বিল্বব অনতি পলমে,
আন জাগৰণ ক’ৰ সৃষ্টি সজাগতা,
জয় মানৱতা পৰাজয় দানৱৰ,
চিঞৰি কঁপাই দে সমগ্ৰ গগণ।
 দিব নোৱাৰি বিজয় দানৱক,
কাল ৰৈ পৃথিৱীত চলাব ধুমুহা,
দিব লাগিব বিসৰ্জন শান্তিক,
কৰিব বিশৃংখল সমগ্ৰ পৃথিৱীত,
কেঁকুৰা চেপাত সোমাব প্ৰতি ক্ষণ,
কেউদিশে দানৱৰ বিকৃত হাঁহি,
সপোনৰ অগোচৰ এখন পৃথিৱী,
পোখা মেলিব  এখন নৰক ভূমিৰ।