মাতৃত্ব – অনিতা বৰা

মাতৃত্ব

অনিতা বৰা,নগাঁও

নিশা খোজ কাঢ়ি গৈ থাকোতে হঠাতে মাটিত ঢলি পৰিল। তেনে সময়তে অমলে দেখা পাই লগে লগে ডাক্তৰ চেম্বাৰলৈ লৈ গ ‘ল।পৰীক্ষাৰ কৰি গম পালে নিশা মাতৃ হবলৈ গৈ আছে।ডাক্তৰে অমলক অভিনন্দন দিলে।ইফালে অমলে তেওঁৰ নিজৰ বিয়াৰ বজাৰ কৰিব ওলাই গৈছিল।