মাজুলী যোগী কৈৱৰ্ত গাঁৱৰ হৰি মন্দিৰত আসন প্ৰতিষ্ঠা

মাজুলী যোগী কৈৱৰ্ত গাঁৱৰ হৰি মন্দিৰত আসন প্ৰতিষ্ঠা

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  মাজুলীৰ বনগাঁও স্থিত যোগী কৈৱৰ্ত গাঁৱৰ ১ নং নতুন হৰিমন্দিৰত সোমবাৰে চামগুৰি সত্ৰৰ ধাৰাৰে আধ্যাত্মিক পৰম্পৰাৰে আজি গুৰু আসন প্ৰতিষ্ঠা কৰা হয়। প্ৰাচীন চামগুৰি সত্ৰৰ সত্ৰাধিকাৰে গুৰু আসন ভাগি প্ৰতিষ্ঠা কৰে।

ভকত বৈষ্ণৱ, আইমাতৃ সকলোৱে পুৱাৰে পৰা হৰি নামৰ গুণানুকীৰ্তনেৰে  এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি কৰে। নতুন নামঘৰ ভাগীত গাঁৱৰ লগতে অঞ্চলবাসী ৰাইজে বন্তি , ধূপ-ধুনা জ্বলাই সেৱা লয় ।