মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ চিন্দে আস্থা ভোটত জয়ী 

pc Free Press Journal

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ চিন্দে আস্থা ভোটত জয়ী 

ৰঙিলী বাৰ্ত্তাসেৱা–  মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ চিন্দে নেতৃত্বাধীন ৰাজ্য চৰকাৰে বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰে।আস্থা ভোটৰ সময়ত ১৬৪ টা ভোট লাভ কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰিছে একনাথ চিন্দে নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰে।নৰৱেকাৰে অজয় চৌধুৰীক অপসাৰণ কৰি মুখ্যমন্ত্ৰী একনাথ চিন্দেক শিৱসেনা বিধায়িনী দলৰ নেতা হিচাপে পুনৰ মনোনীত কৰে।