মহানগৰীত পুনৰ জব্দ নিষিদ্ধ ড্ৰাগছ

pc- DNP india hindi

মহানগৰীত পুনৰ জব্দ নিষিদ্ধ ড্ৰাগছ

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীত পুনৰ জব্দ নিষিদ্ধ ড্ৰাগছ। মহানগৰীত পুনৰ জব্দ নিষিদ্ধ ড্ৰাগছ।নিশা গড়চুক আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বহু পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ। লগতে গ্ৰেপ্তাৰ কৰে এটা সৰবৰাহকাৰীক। গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰীটোৰ নাম হানিচুৰ ৰহমান, ঘৰ ধুবুৰীত। জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য কেইবালাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা ম’বাইল ফোনো। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।