মহানগৰীত পুনৰ কিশোৰী নিৰ্যাতনৰ ঘটনা

মহানগৰীত পুনৰ কিশোৰী নিৰ্যাতনৰ ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীত পুনৰ কিশোৰী নিৰ্যাতনৰ ঘটনা। কিশোৰী নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল এজন শিক্ষক। আৰ্য্যভট্ট বিদ্যালয়ৰ শিক্ষক প্ৰদীপ ঘোষ ওৰফে ৰাহুলক গ্ৰেপ্তাৰ। দীৰ্ঘদিনৰ পৰা এগৰাকী ছাত্ৰীক টিউচন কৰাৰ চলেৰে নিৰ্যাতন চলাই অহাৰ অভিযোগ শিক্ষকৰ বিৰুদ্ধে। পল্টন বজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শিক্ষক প্ৰদীপ ঘোষক।শোৰীগৰাকীক পূৰ্বৰ পৰাই শিক্ষকগৰাকীয়ে নিৰ্যাতন চলাই অহাৰ অভিযোগ। ১৮ জুলাইত মাতৃক এই ঘটনা সন্দৰ্ভত অৱগত কৰিছিল কিশোৰীগৰাকীয়ে। আৰ্য্যভট্ট হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰী কিশোৰীগৰাকী।ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।