মন
স্বাগন বৰা,কলিয়াবৰ
অদ্ধ জোনৰ কলা খিনিত আকিছো
তোমাৰ ছবি দুপৰ নিশা
নিয়ৰৰ টোপাল ৰে
গছৰ পাতত ৰোৱা বুকালৈ
উদং পথাৰৰ নৰাৰ মাজত
অকলশৰে হালধীয়া কৈ
ফুলি থকা সৰিয়হৰ মাজত
গুন গুন গানৰ শব্দ হৈ
মৌ চুহিম মৌ মাখি হৈ
তথাপিও তুমি বুজিবা জানো
শব্দৰ জিৰণী কোঠাত হোৱা
কোলাহলৰ কথা
গানৰ সপোন লৈ ৰৈ আছে
কলমৰ চিঞাহী উদং পাতৰ
সন্ধানত ।
