প্ৰাক্তন অধ্যক্ষ স্বৰ্গীয় সূৰ্য্য ডেকাৰ পৰিয়ালবৰ্গক মন্ত্ৰী পীযুষ হাজৰিকাৰ সমবেদনা জ্ঞাপন

pc Facebook
প্ৰাক্তন অধ্যক্ষ স্বৰ্গীয় সূৰ্য্য ডেকাৰ পৰিয়ালবৰ্গক মন্ত্ৰী পীযুষ হাজৰিকাৰ সমবেদনা জ্ঞাপন
অনলাইন বাৰ্ত্তাসেৱা – মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰতিনিধিত্ব কৰা জাগীৰোড সমষ্টিৰ অন্তৰ্গত ডোঙাবৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সূৰ্য্য ডেকা ডাঙৰীয়াৰ আকস্মিক বিয়োগ হৈছে জাগীৰোড বাসীৰ বাবে এক অপুৰণীয় ক্ষতি। মন্ত্ৰীগৰাকীয়ে স্বৰ্গীয় ডেকা দেৱৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গক সান্তনা আৰু সমবেদনা জ্ঞাপন কৰে।
(UD.)