মই বিক্ৰম বাত্ৰাৰ চৰিত্ৰত অভিনয় কৰিবলৈ সুযোগ পোৱাৰ বাবে মই নিজকে ভাগ্যৱান বুলি ভাবোঃ  সিদ্ধাৰ্থ

pc India TV News

অনলাইন বাৰ্ত্তাসেৱা – অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰাই তেওঁৰ চলচ্চিত্ৰ ‘শ্বেৰশাহ’ৰ বিষয়ে প্ৰকাশ কৰি কয় যে এইখন ছবি তেওঁৰ অভিনিত এনে এখন ছবি য’ত তেওঁ কেপ্টেইন বিক্ৰম বাত্ৰাৰ চৰিত্ৰত আছে, যিয়ে কাৰ্গিল যুদ্ধত দেশৰ হৈ যুঁজ দি নিজৰ প্ৰাণ উচৰ্গা কৰিছিল৷ সিদ্ধাৰ্থই কৈছিল যে তেওঁৰ বাবে এই অভিজ্ঞতা এখন চলচ্চিত্ৰতকৈও ডাঙৰ৷ কাৰ্গিল বিজয় দিৱস সন্দৰ্ভত তেওঁ উল্লেখ কৰি কয়, “এইখন মোৰ প্ৰথম ছবি য’ত মই এজন বাস্তৱ জীৱনৰ নায়কৰ জীৱনৰ প্ৰতিকৃতি ৰূপায়ন কৰিছো।”

(UD.)