মংগা – মইনুল হক

Pc StockSnap.io
মংগা
মইনুল হক
(দেশী লোকগীতত সাংসাৰিক অভাৱ- অনাটন) 
আলু খাইলং কচু খাই লং
খাইলং পেটেৰ ভাত,
চেৰকা মাৰা হাগা হৈল
খায়া কাউনেৰ ভাত।
গৰু বেচায় বাচুৰ বেচায়
বেচায় কোলাৰ ছাওৱা,
পেটেৰ ভোকে কান্দিয়া বেৰায়
নাই খাওৱা- দাওৱা।
অ মোৰ মনে মানে না
অ মোৰ দেহায় মানে না
নাটন ধৰা সাংসাৰীতে মৰণ যাতনা।
হালেৰ গৰু বেচেয়া খাইছে ৰে
অ’ৰে আৰো বেচাইছে ৰে
যতো ছেউটি গৰু
এই নাটকুৰাৰ ঘৰত পৰি টুটি হৈল মোৰ সৰু।
“অ’ কি হালুৱা মোৰ কেচকেচায়
তেল অনিতে ন্যূন ফুৰায়
ন্যূন অনিতে তেল ফুৰায়।
“অ’ মোৰ দয়াৰ বাপ মাও
শুকান ৰুটি খাইতে খাইতে
শুকি গেইছে মোৰ গাও।
আৰ তখনে না কইছিস তুইৰে
হাল পাঁচখান গৰু বিশটা
ছেউটী গৰুৰ লেখায় জোখায় নাই,
বাৰী আসিয়া দেখঙ মুই
চতুৰালি কৰলি তুই
তোৰ বাৰীত ছান দিবাৰ গোবৰো নাই।
তথ্যপুথি : গোৱালপৰীয়া লোক সংস্কৃতি- দ্বিজেন নাথ।