ভোটাধিকাৰ
ৰুক্মিণী দাস,শ্ৰীহাটী
ৰাতি পুৱা পাঁচ বজাতে উঠিলোঁ
যাবতীয় কাম খিনি কৰি
চাকি বন্তি জ্বলালো
শ্ৰীহাটী শ্যামৰাই বিদ্যালয়ত অনুস্থিত কৰা
ভোট কেন্দ্ৰ লৈ গ’লো ।
শাৰী পাতিলো
প্ৰথমতে মইয়ে থিয় হ’লো
সময় মতে মইয়ে
ভোটদান সাব্যস্ত কৰিলো
ভোটদান সাব্যস্ত কৰিলো
নিজকে নিজে ধৈন্য
মানিলো
শাৰী পাতি থকা
পুৰুষ মহিলা
উৎসাহিত হোৱা দেখিলো ।
নিৰ্বাচন নিৰ্বাচন
চৌদিশে বতাহ বলিছে
কিন্তু এটা কথা কৈ থওঁ সকলোকে
জিকা এজনেও পিছে
নাচায় আমাৰ ফালে ।
কেৱল মাথো আহে
ঘৰে ঘৰে
ভোটদান কৰি জয়যুক্ত কৰিব মোক
সকলোৱে ।