অনুগল্প
ভেদাভেদ
শৈলেন কুমাৰ,মিৰ্জা
ৰাতিপুৱা কাকতখন পঢ়ি বৃদ্ধজনে ক’লে “ হেৰৌ আজিকালি সকলোতে যুদ্ধবিগ্ৰহ, হত্যা, হিংসা, উচ্চনীচ, বৈষম্যবাদ ” এদিন সকলো নিঃশেষ হৈ যাৱ ৷ ওচৰত বহি থকা সতীৰ্থজনে ক’লে যিদিনাখনৰ পৰা আমি জাতিধৰ্ম,উচ্চনীচ আদি ভেদাভেদ কৰিবলৈ ত্যাগ কৰিম,বহিঃজগতৰ চিন্তন এৰি আত্মচিন্তন কৰিম তেতিয়া সকলোৰে বাবে উদাহৰণ দিব পাৰিম ৷