ভিন্নাদৰ্শ
সংগীতা ডেকা , ৰঙিয়া
শব্দেৰে কেতিয়াও প্ৰকাশ নকৰে । কিন্তু চাৰি চকুৰ মাজত এক বুজাব নোৱাৰা তীব্ৰ বান্ধোন । বাহ্যিকত আকৌ , কেৱল অভিমান হে…..!
“ৰাজনন্দিনী” নে ৰাজ আৰু নন্দিনী কোনেও ধৰিবই নোৱাৰে ।