ভাৰত-চীন সীমান্তই নিৰ্ধাৰণ কৰিব আমাৰ সম্পৰ্কৰ অৱস্থাঃ জয়শংকৰ

Pc NDTV.com

ভাৰত-চীন সীমান্তই নিৰ্ধাৰণ কৰিব আমাৰ সম্পৰ্কৰ অৱস্থাঃ জয়শংকৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰত আৰু চীনৰ মাজত চলি থকা সামৰিক অচলাৱস্থাৰ মাজতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে সীমান্তৰ ৰাজ্যই বেইজিং আৰু নতুন দিল্লীৰ মাজৰ সম্পৰ্কৰ স্থিতি নিৰ্ধাৰণ কৰিব।। তেওঁ লগতে কয় যে অদূৰ ভৱিষ্যতে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক কেনেদৰে গঢ় লৈ উঠিব তাৰ ওপৰত এছিয়াৰ ভৱিষ্যতৰ বহুখিনি নিৰ্ভৰ কৰে।