ভাৰতৰ ৮৩ কোটি লোকক কোভিড ভেকচিন প্ৰদান

pc- BIO World

ভাৰতৰ ৮৩ কোটি লোকক কোভিড ভেকচিন প্ৰদান  

অনলাইন বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰে যে দেশত ৮৩ কোটি লোকক কোভিড ভেকচিন প্ৰদান কৰা হৈছে। যোৱা ২৪ ঘণ্টাত সমগ্ৰ দেশত মুঠ ৩৪,৯৫,১২৮ জন লোকক কোভিড ভেকচিনৰ প্ৰথম পালি আৰু ৩০,০৩,১৪৬ জন লোকক কোভিড ভেকচিনৰ দ্বিতীয় পালি প্ৰদান কৰা হৈছে।