ভাৰতৰ ৬ বছৰত প্ৰথমবাৰৰ বাবে চেনী ৰপ্তানিৰ ওপৰত নিষেধাজ্ঞা আৰোপ 

pc business Standard

ভাৰতৰ ৬ বছৰত প্ৰথমবাৰৰ বাবে চেনী ৰপ্তানিৰ ওপৰত নিষেধাজ্ঞা আৰোপ 

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰই ১ জুনৰ পৰা ৬ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে চেনী ৰপ্তানিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। “২০২১-২২ বৰ্ষত (অক্টোবৰ-ছেপ্টেম্বৰ) দেশত চেনীৰ ঘৰুৱা উপলব্ধতা আৰু মূল্য স্থিৰতা বজাই ৰখাৰ বাবে, কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী নিৰ্দেশ লৈকে চেনী ৰপ্তানি নিয়ন্ত্ৰণ কৰিব। চৰকাৰে ১০০ এলএমটি লৈকে চেনী ৰপ্তানিৰ অনুমতি দিব,” উপভোক্তা পৰিক্ৰমা মন্ত্ৰালয়ে কয়।