ভাৰতৰ বিশ্ব স্বাস্থ্য সংস্থাৰ পদ্ধতিৰ ওপৰত আপত্তি

pc -hindustan times

ভাৰতৰ বিশ্ব স্বাস্থ্য সংস্থাৰ পদ্ধতিৰ ওপৰত আপত্তি

ৰঙিলী বাৰ্ত্তাসেৱা– ভাৰতে দেশত কৰোনাভাইৰাছ ৰোগৰ (কোভিড-19) ফলত হোৱা মৃত্যুৰ আকলন কৰাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই ব্যৱহাৰ কৰা পদ্ধতিৰ ওপৰত আপত্তি জনাইছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এক বিবৃতিত কয় যে ভৌগোলিক আৰু জনসংখ্যা অনুসৰি ভাৰতৰ দৰে বৃহৎ দেশৰ বাবে আৰু কম জনসংখ্যাথকা আন দেশৰ বাবে কোভিড মৃত্যুৰ হাৰ গণনা কৰিবলৈ একেটা গাণিতিক আৰ্হি ব্যৱহাৰ কৰিব নোৱাৰি।