ভাৰতে ২০২১- ২০২২ চনত ৭৮ টা ইউটিউব-আধাৰিত বাতৰি চেনেল ব্লক কৰিছিল: চৰকাৰ

Pc Hindustan Times

ভাৰতে ২০২১- ২০২২ চনত ৭৮ টা ইউটিউব-আধাৰিত বাতৰি চেনেল ব্লক কৰিছিল: চৰকাৰ

ৰঙিলী বাৰ্ত্তাসেৱা– তথ্য প্ৰযুক্তি (আইটি) আইন, কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ (আই এণ্ড বি) মন্ত্ৰী অনুৰাগ ঠাকুৰে লোকসভাত অৱগত কৰে যে তথ্য প্ৰযুক্তি আইন, ২০ৰ ধাৰা ৬৯এ উলংঘন কৰাৰ বাবে ২০২১ ৰ পৰা ২০২২ চনৰ ভিতৰত ৭৮ টা ইউটিউব-ভিত্তিক বাতৰি চেনেল আৰু ৫৬০ টা ইউটিউব লিংক ৰাজহুৱা প্ৰৱেশাধিকাৰৰ বাবে ব্লক কৰা হৈছিল।ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ২০২১ আৰু ২০২২ বৰ্ষত ৫৬০ টা ইউটিউব ইউআৰএল ব্লক কৰিছে,” ঠাকুৰে কয়।