ভাৰতীয় ৰাস্তাবোৰ ডিচেম্বৰ ২০২৪ৰ আগতে আমেৰিকাৰ দৰে হ’ব: নীতিন গাডকাৰী

pc MInt

ভাৰতীয় ৰাস্তাবোৰ ডিচেম্বৰ ২০২৪ ৰ আগতে আমেৰিকাৰ দৰে হ’ব: নীতিন গাডকাৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জন এফ কেনেডিৰ উদ্ধৃতি দি কয়, “আমেৰিকাৰ ৰাস্তা ভাল নহয় কাৰণ আমেৰিকা ধনী কিন্তু আমেৰিকা ধনী কাৰণ আমেৰিকাৰ ৰাস্তাভাল।” লোকসভাত ভাষণ প্ৰদান কৰি গাডকাৰীয়ে লগতে কয়, “মই এই সদনক আশ্বাস দিব বিচাৰো যে ২০২৪ চনৰ ডিচেম্বৰৰ আগতে ভাৰতৰ পথ আন্তঃগাঁথনি আমেৰিকাৰ দৰে হ’ব।”