ভাৰতীয় শৈক্ষিক ফিল্ম মহোৎসৱত সীমান্ত শৰ্মালৈ শ্ৰেষ্ঠ এনিমেছন ফিল্ম বঁটা

ভাৰতীয় শৈক্ষিক ফিল্ম মহোৎসৱত সীমান্ত শৰ্মালৈ শ্ৰেষ্ঠ এনিমেছন ফিল্ম বঁটা

ৰঙিলী বাৰ্ত্তাসেৱা- ৰ্আৰ্থিয়ান প্ৰডাকচনে আয়োজন কৰা “প্ৰথম ভাৰতীয় শৈক্ষিক ফিল্ম মহোৎসৱ ২০২৫” ত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা চিনিয়ৰ ফেল’শ্বিপ প্ৰাপ্ত সীমান্ত শৰ্মাই শ্ৰেষ্ঠ এনিমেছন ফিল্ম বঁটা লাভ কৰে। এনিমেছন ফিল্ম খন হৈছে “ফেইথফুল মঙ্গুছ”। তেওঁৰ এনিমেছন ফিল্ম খন নৰ্থ ইষ্ট ৰিজন অব এডুকেশ্বন, শ্বিলং, মেঘালয়ৰ পৰা “প্ৰথম ভাৰতীয় শৈক্ষিক ফিল্ম মহোৎসৱ ২০২৫”ত অংশ গ্ৰহণ কৰিছিল