ভাৰতত নতুনকৈ৮৩ জনলোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু

pc- fierce pharma

ভাৰতত নতুনকৈ ৮৩ জনলোকৰ  কৰ’নাত আক্ৰান্ত হৈ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা– ভাৰতত যোৱা ২৪ ঘণ্টাত ১,১৫০জনলোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ঘণ্টাত ৮৩ জনলোকৰ নতুনকৈ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,২১,৬৫৬ জনলৈ বৃদ্ধি হয়। আনহাতে দেশত ১১,৩৬৫টা সক্ৰিয় ঘটনা আছে।