ভাৰতত ৬৬ জনলোকৰ নতুনকৈ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ৪,৩৬২ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ঘণ্টাত ৬৬ জনলোকৰ কৰ’নাতআক্ৰান্ত হৈমৃত্যু হৈছে। ভাৰতত দৈনিক পজিটিভৰ হাৰ ০.৭১%। আৰু ভাৰতত বৰ্তমান ৫৪,১১৮টা সক্ৰিয় ঘটনা আছে।
