ভাৰতত ৬২৫  জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত

Pc PAHO

ভাৰতত ৬২৫  জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ৬২৫ জনলোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ এজন লোকৰো মৃত্যু হোৱা নাই ।কৰ’নাত আক্ৰান্ত হৈ ভাৰতত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,৩০,৫০৯ জন।ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা ১৪,০২১ জনলৈ হ্ৰাস পাইছে।