ভাৰতত ২,৬৪ লাখ জন লোক কৰ’নাত সংক্ৰমিত

Pc- The Conversation

ভাৰতত ২,৬৪ লাখ জন লোক কৰ’নাত সংক্ৰমিত

ৰঙিলী বাৰ্ত্তাসেৱা– স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ২,৬৪,২০২ জন লোক কৰ’নাত সংক্ৰমিত হৈছে। যোৱা ২৪ঘণ্টাত ১,০৯,৩৪৫ জন লোক কৰ’না সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে। দেশখনত বৰ্তমান ১২,৭২,০৭৩ টা সক্ৰিয় ঘটনা ঐছে। ভাৰতত ৫,৭৫৩ জন লোক অমিক্ৰণত আক্ৰান্ত হৈছে।