ভাৰতত ১.৬১লাখ জনলোক নতুনকৈ কৰ’নাত আক্ৰান্ত 

p.c. CNN

ভাৰতত ১.৬১লাখ জনলোক নতুনকৈ কৰ’নাত আক্ৰান্ত 

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত  ১,৬১,৩৮৬ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। দেশখনত নতুনকৈ ১,৭৩৩ জন লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে।নতুনকৈ মৃত্যু হোৱা লোকসকলৰ ভিতৰত কেৰালাৰ ১,০৬৩জন লোক। দৈনিক পজিটিভৰৰ হাৰ ১১.৬৯% ৰ পৰা ৯.২৬% লৈ হ্ৰাস পাইছে।আনহাতে দেশখনত বৰ্তমান ১৬,২১,৬০৩ টা সক্ৰিয় ঘটনা আছে।