ভাৰতত  ১,৭৭৮ জনলোক নতুনকৈ কৰ’নাত আক্ৰান্ত

pc GARD

ভাৰতত  ১,৭৭৮ জনলোক নতুনকৈ কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১,৭৭৮ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে। আৰু ৬২ জনলোকৰ নতুনকৈ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। নতুনকৈ মৃত্যু হোৱা লোকসকলৰ ভিতৰত কেৰালাৰ ৩৯ জন লোক। আনহাতে ভাৰতত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,১৬,৬০৫ জনলৈ বৃদ্ধি হৈছে। আৰু সক্ৰিয় ঘটনাবোৰ ২৩,০৮৭ লৈ হ্ৰাস পাইছে।