ভাৰতত ১,২২৫ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত

pc- CDC

ভাৰতত ১,২২৫ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১,২২৫ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত নতুনকৈ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। ভাৰতত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,২১,১২৯ জনলৈ বৃদ্ধি হয়। আনহাতে সক্ৰিয় ঘটনাবোৰ ১৪,৩০৭ লৈ হ্ৰাস পাইছে।