ভাৰতত ১২,২১৩ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত  

ভাৰতত ১২,২১৩ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত  

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১২,২১৩ জনলোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ ১১ জন লোকৰ মৃত্যু হৈছে । আনহাতে কৰ’নাত আক্ৰান্ত হৈ ভাৰতত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,২৪,৮০৩ জনলৈ বৃদ্ধি হৈছে।ভাৰতত বৰ্তমান ৫৮,২১৫ টা সক্ৰিয় ঘটনা আছে।