ভাৰতত ১,০৫৪ জনলোক নতুনকৈ কৰ’নাত আক্ৰান্ত

pc CNN

ভাৰতত ১,০৫৪ জনলোক নতুনকৈ কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১,০৫৪ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত ২৯ জনলোকৰ নতুনকৈ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। ভাৰতত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,২১,৬৮৫ জনলৈ বৃদ্ধি হৈছে। যোৱা ২৪ ঘণ্টাত ১,২৫৮জনলোক কৰ’না সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে। দেশত বৰ্তমান ১১,১৩২ টা সক্ৰিয় ঘটনা আছে।