ভাৰতত যোৱা ২৪ ঘণ্টাত ৪,১৯৪ জন লোক কৰ’নাত আক্ৰান্ত

pc. Health Europa

ভাৰতত যোৱা ২৪ ঘণ্টাত ৪,১৯৪ জন লোক কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা–  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ৪,১৯৪ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে। ২৫৫ জনলোকৰ নতুনকৈ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে।ভাৰতৰ সক্ৰিয় ঘটনা হৈছে ৪২,২১৯। আনহাতে দেশত মুঠ মৃত্যুৰ সংখ্যা ৫,১৫,৭১৪ হৈছে।