ভাৰতত যোৱা ২৪ঘণ্টাত ৬,৩৯৬ জন লোক কৰ’নাত আক্ৰান্ত

P.c. Nature

ভাৰতত যোৱা ২৪ঘণ্টাত ৬,৩৯৬ জন লোক কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত৬,৩৯৬ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে। দেশখনত নতুনকৈ কৰ’নাত আক্ৰান্ত হৈ ২০১ জন লোকৰ মৃত্যু হৈছে।যাৰ ফলত ভাৰতত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,১৪,৫৮৯ জনলৈ বৃদ্ধি হয়। আনহাতে ভাৰতত বৰ্তমান ৬৯,৮৯৭টা সক্ৰিয় ঘটনা আছে।