ভাৰতত যোৱা ২৪ঘণ্টাত ১,১৮৮ জনলোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু

p.c- smithsonian magazine

ভাৰতত যোৱা ২৪ঘণ্টাত ১,১৮৮ জনলোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতত যোৱা ২৪ঘণ্টাত ৬৭,৫৯৭ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। আৰু ১,১৮৮ জন লোকৰ কৰ’নাত সংক্ৰমিত হৈ মৃত্যু হৈছে। দেশখত নতুনকৈমৃত্যু হোৱা লোক সকলৰ ভিতৰত কেৰালাৰ ৭৩৩ জন লোক। দৈনিক পজিটিভৰ হাৰ ৭.২৫% ৰ পৰা ৫.০২% লৈ হ্ৰাস পাইছে। আনহাতে ভাৰতত বৰ্তমান ৯,৯৪,৮৯১টা সক্ৰিয় ঘটনা আছে।