ভাৰতত নতুনকৈ ৬,৯১৫ জন লোক কৰ’নাত আক্ৰান্ত 

pc Sanofi

ভাৰতত নতুনকৈ ৬,৯১৫ জন লোক কৰ’নাত আক্ৰান্ত 

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতে যোৱা ২৪ ঘণ্টাত ৬,৯১৫ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে। আৰু দেশখনত নতুনকৈ ১৮০ জন লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি, নতুনকৈ মৃত্যু হোৱা ১৮০ জনলোকৰ ভিতৰত গোৱাৰ ২০ জন লোক আৰু কেৰালাৰ ৬১ জনৰ লোকৰ মৃত্যু হৈছে। দৈনিক পজিটিভৰ হাৰ ১.১১% ৰ পৰা 0.77 ০.৭৭% লৈ হ্ৰাস পাইছে।