ভাৰতত নতুনকৈ ১৮ হেজাৰ লোক কৰʼনাত সংক্ৰমিত
অনলাইন বাৰ্ত্তাসেৱা- ভাৰতত পুনৰ নতুনকৈ ১৮,৮৭০ জন লোক কৰংনাত সংক্ৰমিত হৈছে। সংক্ৰমিত হোৱা লোকৰ ১১,১৯৬ জন লোকে কেৰালাৰ। ভাৰতত নতুনকৈ ৩৭৮ জন লোকৰ মৃত্যু হৈছে। মৃত্যু হোৱা লোকৰ ১৪৯ জন কেৰালাৰ। ২৮,১৭৮ জন লোক নতুনকৈ কৰʼনাৰ পৰা সুস্থ হৈ উঠিছে। ভাৰতত মুঠ ঘটনা ৩,৩৭,১৬,৪৫১ লৈ বৃদ্ধি। ৩,২৯,৮৬,১৮০ জন লোক সুস্থ হৈ উঠিছে। মুঠ ৪,৪৭,৭৫১ জন লোকৰ বৰ্তমানলৈ ভাৰতত মৃত্য হৈছে।