ভাতৃ দ্বিতীয়া অনুষ্ঠানত বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞা উপস্থিত

ভাতৃ দ্বিতীয়া অনুষ্ঠানত বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞা উপস্থিত

ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ অসম গোখা ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিৰ উদৌগত আৰু ৰাজগড় শিমলুগুৰি আঞ্চলিকৰ সহযোগত পবিত্ৰ ভাতৃ দ্বিতীয়া পালন অনুষ্ঠানত বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক মাননীয় অমিয় কুমাৰ ভূঞা দেৱ উপস্থিত থাকে।ভাতৃ আৰু ভগ্নীৰ বিশ্বাস আস্থা দায়িত্ব বোধ আৰু মৰমৰ এনা জৰীৰ বান্ধোন চিৰদিন অটুট থাকক বোলি মন্তব্য প্ৰকাশ কৰে