বৰষুৰ অভাৱ – বিশ্বজিৎ বৈশ্য

বৰষুৰ অভাৱ

বিশ্বজিৎ বৈশ্য,বংশৰ (শুৱালকুছি)

কৃষিভূমিত এতিয়া চিৰাল ফাট, ৰাজ্যজুৰি কৃষকৰ হাহাকাৰ আৰু খেতিপথাৰত নাই পানী।আছে মাথো খেতিপথাৰত এতিয়া কেৱল কৃষকসকলৰ হুমুনিয়াহ । প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল কৃষকসকল। অনাবৃষ্টিৰ ফলত মূৰে কপালে হাত দিছে ৰাজ্যৰ কৃষকসকল । পিছে বৰুণ দেৱতাক তুষ্ট কৰিবলৈ ঠায়ে ঠায়ে ভেকুলীৰ বিয়া ও পতা দেখা যায়,যাতে বৰষুণ দি কৃষক ৰাইজক সকাহ দিয়ে।