বৰষুণ-ময়ূৰাক্ষী গগৈ

Pc Shutterstock

  বৰষুণ

 শাওণ মাহৰ অতিপাত গৰমত বাৰান্দাত বহি থকা বৰুৱানী বাইদেৱে লেখাক কʼলে ৰাতিলৈ এজাক বৰষুণৰ সম্ভাৱনা আছে। লেখাই কামৰ পৰা মূৰ ডাঙি লাহেকৈ হয় বুলি উত্তৰ দিলে যদিও নেদেখাজনক মনতে প্ৰাৰ্থনা কৰিলে। হে ভগৱান, বৰষুণ জাক নাহিলেই হয়, নহʼলে যে তাই পানী টুকি টুকি নিশা উজাগৰে কটাব লাগিব।

ময়ূৰাক্ষী গগৈ।
যোৰহাট