অণুগল্প
বৰদিনৰ পোহৰ
যমুনা দুলু বৈশ্য,শুৱালকুছি
আহা ! আমি সকলোৱে স্বাগতম জনাওঁ
হুমুনিয়াহবোৰ উৰাই দিওঁ ,ৰক্ত প্ৰৱাহিত হিয়াৰ সুৰ বাজে -দুখৰ চকুলোবোৰ সামৰি থওঁ ।
চতুৰ্দিশে আলহী পক্ষীৰ উৎসাহৰ নাচোন ,এক মহান সৰ্বোত্তম সঁহাৰি —
স্বাগতম ! স্বাগতম ! স্বাগতম ।
প্ৰেম ,ভালপোৱাৰে যুগ-যুগান্তৰ চিনাকি ঠিকনাৰে মন বৰষে সুৰীয়া আলোড়ণৰ জ্যোতি ।
