ব্যস্ততাৰ আখৰা-আৰিফ আলি জামান 

ব্যস্ততাৰ আখৰা

সময় গড়াহত সম্পক বোৰ
হেৰাই গৈচে । কত কেনেকৈ কিহৰ পৰা নাজানো,
জানিলেও পাহৰিচো। মনত পেলাবলৈ নিবিচাৰো । সময়ৰ
সূতত সৰাং নৈখনৰ বালিৰ দৰে বতাহত উৰি গৈছে
আগৰ সেই ম্মৃতিৰ অবয়ব বোৰ । আগতে ব্যস্ত আছিল
ব্যস্ততাৰ শেষত এটা sms দি পূনৰ ব্যস্ত হৈছিল সেই
ব্যস্ততাখি কোৱাৰ বাবে ।আজি তাৰ ওলোতা ব্যস্ততাৰ
শেষত আকৌ ব্যস্ত নোহোৱাৰ
স্বাথত ব্যস্ততাৰ উজুহাত উলিয়াই তেওঁলোক ব্যস্ত ।
সকলো চোন থিকেই আছিল খবৰ দিয়াৰ পৰা খবৰ
লোৱালৈ নিশাৰ শেষৰ সেই Good Night তৰ পৰা দিনৰ
আৰম্ভনি Good Morning লৈ । নাযানো অংক ভুল নে
সূত্র ভুল এতিয়া সকলো ভুল মাঠো এটা শূন্য থিক অংকৰ
দৰে মাজত এটা ভুল হলে
সকলো ভুল । নাযানো বতমান তেওলোক
ব্যস্ততাৰ সাগৰত কেনেদৰে সাতুৰিছে । বিচাৰো ভালে
থকাটো । আগৰ দৰে কথা
নহবলৈ পাৰে ফনৰ পৰা
sms লৈ । খবৰ কিন্ত থিকেই ৰাখিছো আগৰ দৰেই কিন্ত
গুপনে। কত কেনেকৈ আছে নাযানো ভালে থকাটো
এই বিচাৰো ।
সৎত ভাৱনা কালিও আছিল
আজিও আছে তেওঁলোকৰ প্রতি আৰু কাইলে লৈও
থাকিব । ভালে থাকক তৰা হয় থাকক মনত পৰিলে
আকাশৰ জিলিকি থকা তৰাটো তেওঁলোক বুলি এই ভাৱিম ।

আৰিফ আলি জামান