অণুগল্প
বুকুৰ বিননি
অতুল কলিতা
ঘৰৰ সন্মুখৰ ফুলজোপাত কপৌহালে টোপ বিচাৰি বিচাৰি আনি পোৱালী দুটাক খুৱাইছে। তাকে দেখি বিহুৰ দিনা ঘৰত অকলশৰে নিমাও মাওকৈ থকা নিৰলা আইতাৰ বৰকৈ মনত পৰিল চহৰত বাস কৰা পুতেক দুটালৈ।