বীৰ চিলাৰায় দিৱসত সৰ্বানন্দ সোণোৱাল

বীৰ চিলাৰায় দিৱসত সৰ্বানন্দ সোণোৱাল

ৰঙিলী বাৰ্ত্তাসেৱা-  বীৰ চিলাৰায় দিৱসৰ পৱিত্ৰ ক্ষণত সদৌ কোচ ৰাজবংশী ছাত্র সন্থা (আক্ৰাছু)ৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু ডিব্ৰুগড় আঞ্চলিক সমিতিৰ সহযোগত ডিব্ৰুগড়ত আয়োজিত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। তেওঁ মহাবীৰগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু বীৰ চিলাৰায়ৰ শৌৰ্য-বীৰ্য, অদম্য বীৰত্ব আৰু দেশপ্ৰেমৰ গাথা শ্ৰদ্ধাৰে স্মৰণ কৰে।