“বিষ্ণু – জ্যোতি”
তুমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ
তোমাৰ গুনৰ তুলনা অপাৰ
গীতেৰে সজালা সুৱদী অসমক
দি থৈ গ’লা কালজয়ী গীতৰ
অমিয়া সম্ভাৰ…
তোমাক কৰিছোঁ আমি
কৌটি কৌটি প্ৰনাম
তুমি কলা গুৰু বিষ্ণুপ্ৰসাদ
তোমাৰ গীতৰ , অভিনয়ৰ
তুলনা নাই এই জগতত
অসমৰ গৌৰৱ হ’লা
বিষ্ণু – জ্যোতি তোমালোক
আজিও বাজি উঠে
পৰজনমৰ শুভ লগনত
আৰু বাজি উঠে
তোৰে মোৰে আলোকৰে যাত্ৰা
গীতিকাৰ, সুৰকাৰ
একেধাৰে নাট্যকাৰ
প্ৰনিপাত কৰিছোঁ আমি
তোমালোকৰ চৰণত
হিমাদ্ৰী বৰকটকী
নগাঁও