বিষ্ণুকমল বৰাৰ জনসংযোগৰ সঞ্চালক হিচাপে কাৰ্যভাৰ গ্ৰহণ
অনলাইন বাৰ্ত্তাসেৱা– অসম প্ৰশাসনীয় বিষয়া বিষ্ণুকমল বৰাই তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ নৱনিযুক্ত সঞ্চালক ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে বিষ্ণুকমল বৰাই শিৱসাগৰ জিলাৰ উপয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
(RT)
