বিশ্ব স্বাস্থ্য সংস্থাক সংস্কাৰ আৰু শক্তিশালী কৰিব লাগিব: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

বিশ্ব স্বাস্থ্য সংস্থাক সংস্কাৰ আৰু শক্তিশালী কৰিব লাগিব: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ৰঙিলী বাৰ্ত্তসেৱা- ক’ভিড-১৯ সন্দৰ্ভত দ্বিতীয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা আয়োজিত ভাৰ্চুৱেল গ্ল’বেল সন্মিলনত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে অধিক স্থিতিস্থাপক স্বাস্থ্য সুৰক্ষা স্থাপত্য নিৰ্মাণৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাক সংস্কাৰ কৰি শক্তিশালীকৰণ কৰিব লাগিব। তেওঁ লগতে কয়, “ভাৰতে এই প্ৰচেষ্টাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সাজু। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে মহামাৰীৰ বিৰুদ্ধে জনকেন্দ্ৰিক ৰণনীতি গ্ৰহণ কৰিছে।